গুৱাহাটী,১ ডিচেম্বৰঃ দেশৰ নৌসেনা বাহিনীৰ ২৫ সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে এডমিৰেল আৰ হৰি কুমাৰে৷ নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিঙে অৱসৰ গ্রহণ কৰাৰ পাছতেই ২৫...
গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ...
গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। লক্ষ্ণৌৰ ‘ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকচন...
গুৱাহাটী,৩০ নবেম্বৰঃ গুৱাহাটীৰ কইনাধৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রশাসনিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘সমগ্র’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ গোৱেলৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয়।...
গুৱাহাটী,৩০ নবেম্বৰঃ মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডাৰ্চিয়ে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াপদ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁৰ ঠাইত ভাৰতীয় বংশোদ্ভূত পৰাগ আগৰৱালক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়াৰে...
গুৱাহাটী,২৯ নবেম্বৰঃ দুদিনৰ বাবে অৰুণাচললৈ বলীউডৰ মুন্নাভাই খ্যাত সঞ্জয় দত্ত। প্ৰকৃতিৰ ভূ-স্বৰ্গ মেচুকাত ৰাজ্য চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে থাকিব বিশিষ্ট অভিনেতাগৰাকী। পুৱাতে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত...
গুৱাহাটী,২৯ নবেম্বৰঃ মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ তিনি দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে। লগতে বৃহৎ সংখ্যক...
গুৱাহাটী,২৮ নবেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশন প্ৰাৰ্কক্ষণত বিৰোধী ঐক্যত ফাট মেলা পৰিলক্ষিত হৈছে। দৰাচলতে শীতকালীন অধিৱেশনত ঐক্যৱদ্ধভাৱে থিয় দিয়াৰ বাবে কংগ্ৰেছে আহ্বান জনোৱা বিৰোধীৰ বৈঠকত অংশগ্ৰহণ নকৰে...
গুৱাহাটী,২৮ নবেম্বৰঃ কয়লাৰ চোৰাং কাৰবাৰ আৰু চিণ্ডিকেট বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কয়লা ব্যৱসায়ীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা সময়তে মৰিয়নিত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কয়লাব্যৱসায়ীসকলৰ মাজত। নাগালেণ্ড...
গুৱাহাটী,২৮ নবেম্বৰঃ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা। নৱম আৰু দশম শ্ৰেণীৰ ছয় মাহিলী পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ...