গুৱাহাটী,১২ নবেম্বৰঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ’ল চাঞ্চল্যকৰ হত্যাকাণ্ড। এইবাৰৰ স্থান মহানগৰীৰ পল্টনবজাৰ। পল্টন বজাৰৰ কালীবাৰীৰ ৰেল’ৱে কলনীত সংঘটিত হৈছে এই হত্যাকাণ্ড। বৃহস্পতিবাৰে নিশা...
গুৱাহাটী,১১ নৱেম্বৰঃ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ক’ভিড পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত বিশেষ তৎপৰতা আৰম্ভ কৰিছে। আনকি ক’ভিডৰ বাবে আধৰুৱা...
গুৱাহাটী ,৮ নবেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ফ্লেগ অফ কৰি গুৱাহাটীৰ পাণ্ডু বন্দৰত চাৰিখন ষ্টিল কেটামাৰান জাহাজৰ শুভ উদ্বোধন কৰে। এই অত্যাধুনিক জাহাজকেইখনৰ দুখন...
গুৱাহাটী,৮ নবেম্বৰঃ বন্ধ হ’ব গুৱাহাটী মহানগৰৰ অভিজাত বিদ্যালয় এন পি এছ ইণ্টাৰনেচনেল স্কুল। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই অভিজাত বিদ্যালয়খন আইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰি বন্ধ কৰিব।...
গুৱাহাটী,৬ নবেম্বৰঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড ৷ বেলতলাৰ চাৰ্ভেৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ শুকুৰবাৰে নিশা মালিগাঁৱত সংঘটিত হয় আন এক...
গুৱাহাটী,৪ নৱেম্বৰ : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংযোজন হ’ল আন এখন নতুন উৰণীয়া সেঁতুৰ। আজিৰে পৰা আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ’ল জি এছ ৰোডৰ ছুপাৰ...
গুৱাহাটী,৩ অক্টোবৰঃ অবৈধ সুৰাৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান অব্যাহত থকাৰ সময়তে বুধবাৰে গুৱাহাটী মহানগৰীত বুজন পৰিমাণৰ দেশীয় সুৰা জব্দ কৰা হয়। এখন বিলাসী বাহনত সুৰাখিনি সৰবৰাহ...
গুৱাহাটী,১ নবেম্বৰঃ গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছৰ উদ্যোগত আজিৰে পৰা ৩১ মাৰ্চলৈ আয়োজন কৰা বিশেষ সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভ কৰা হয়। প্ৰদেশ কংগ্রেছৰ উপসভাপতি ৰাণা গোস্বামীয়ে...
গুৱাহাটী,৩০ অক্টোবৰঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। খানাপাৰাৰ উৰণীয়া সেতুৰ সমীপৰ এটা নলাৰ কাষত জাঁবৰৰ দমত উদ্ধাৰ হ’ল ক্ষত-বিক্ষত এটা মৃতদেহ। প্ৰথমে...
গুৱাহাটী,২৬ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা। দুৰ্বৃত্তই শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ...