গুৱাহাটী,২৫ অক্টোবৰঃ গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ বন্ধ ৰেপিড’ উবেৰৰ দুচকীয়া বাহনৰ চলাচল। পেট্ৰলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। সেৱা যোগানৰ দায়িত্বত থকা বহুজাতিক কোম্পানীৰ বিৰুদ্ধে...
গুৱাহাটী,২৪ অক্টোবৰঃ অসম ভাৰতৰ বাবে দক্ষিণ-পূৱ এছিয়া তথা এছিয়ান দেশ সমূহৰ দুৱাৰমুখস্বৰূপ। অসমৰ ভৌগলিক অৱস্থিতিৰ এইক্ষেত্ৰত বিশেষ গুৰুত্ব আছে। এই মন্তব্য দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ...
গুৱাহাটী,২২ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে নৃশংসভাৱে হত্যা কৰি পত্নীৰ মৃতদেহ লুকুৱাই ৰাখিলে ভাড়াতীয়াৰ পাকঘৰত। আৰক্ষীয়ে এটা কোঠাৰ ভিতৰত ক্ষত-বিক্ষত...
গুৱাহাটী,১৮ অক্টোবৰঃ গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয়। চুবুৰীয়া দেশ বাংলাদেশত থকা হিন্দু লোকক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত...
গুৱাহাটী,১৬ অক্টোবৰঃ বিজেপি চৰকাৰে চি বি আই, আয়কৰ বিভাগ আৰু ইডি আদি সংস্থাসমূহক ৰাজনৈতিক প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি...
গুৱাহাটী,১৩ অক্টোবৰঃ আয়তকৈ অধিক সম্পত্তিৰ গােচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়।...
গুৱাহাটী, ১৩ অক্টোবৰ : দেশৰ আন ৰাজ্যৰ লগতে অসমতো ১১ অক্টোবৰৰ সন্ধিয়া বেদীত মাংগলিক কাৰ্যৰ মাজেৰে প্ৰতিমা স্থাপন কৰাৰ পাছত শাৰদীয় দুৰ্গা পূজাৰ কাৰ্যসূচী আৰম্ভ হৈছে...
গুৱাহাটী,১১ অক্টোবৰঃ পলমকৈ হলেও সাৰ পালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ৰাজ্য তোলপাৰ লগোৱা এটা ঘটনাই দহ দিন অতিক্ৰম কৰাৰ পাছত জিলা প্ৰশাসনে জাৰি কৰিছে জাননী। উল্লেখ...
গুৱাহাটী,১০ অক্টোবৰঃ অৱশেষত গুৱাহাটী মহানগৰীতো পেট্ৰলৰ মূল্যই চেঞ্চুৰী মাৰিলে। দেওবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০০.০৭টকা। প্ৰিমিয়াম পেট্ৰলৰ মূল্যই ইতিমধ্যেই ১০০ ৰ ঘৰ অতিক্ৰম...
ব্ৰিটিছৰ দিনতে নিৰ্মিত গুৱাহাটীৰ ঐতিহাসিক ডিচি বাংলোত সজীৱ হৈ থাকিব অসমৰ গৌৰৱোজ্বল বহু ইতিহাস।