গুৱাহাটী,২ অক্টোবৰঃ কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদখন শীঘ্ৰে ভংগ কৰাৰ দাবী জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী যুৱ-ছাত্র সন্মিলনীয়ে। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কোচ...
গুৱাহাটী, ২ অক্টোবৰ : ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয় চৌহদত আজাদী কি অমৃত...
গুৱাহাটী,৩০ ছেপ্তেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সহকাৰী অধ্যাপকগৰাকীৰ নাম অমিত পাণ্ডে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক...
গুৱাহাটী,২৯ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব হৃদৰোগ দিৱস পালন কৰা হয়। দিৱসটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ওদালবাক্ৰাস্থিত হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন...
মেডিকেল কলেজসমূহৰ অধ্যক্ষ আৰু অধীক্ষক সকলৰ সৈতে স্বাস্থ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক।
বিশেষাধিকাৰ ভংগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী। ৰাজ্যৰ বিধি প্রণয়ন কৰা বিধায়ক সকলৰ মৰ্য্যাদা হানিকৰক মন্তব্য দিছে আৰক্ষী সঞ্চালক প্ৰধানে।
গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা যোগ্যজনে সহজতে পোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আঁচনিখনৰ কাৰ্ড যাতে হিতাধিকাৰীয়ে ঘৰৰ ওচৰতে পাব পাৰে তাৰবাবে...
গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ গুৱাহাটীৰ শৰাইঘাট দলঙৰ ওচৰত আৰু এখন ৰে’ল দলং হ’ব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰে’লৰ ডাৱল লাইনৰ কাম চলি আছে আৰু ইয়াৰ বাবে...
সংবাদমেলত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰী। উত্তৰ পূৰ্বাঞ্চলত তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ সন্ধান কৰাৰ অৱকাশ আছে। ইতিমধ্যে এইক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰা...
বিগত তিনি সপ্তাহৰ ভিতৰত মানুহৰ হাতত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে হাতীৰ আক্ৰমণতো এজন লোকৰ মৃত্যু হৈছে। কৃষকে হাতে হাতে প্লে-কাৰ্ড , পোষ্টাৰ লৈ বনৰীয়া...