গুৱাহাটী,২৫ নবেম্বৰঃ বিশিষ্ট কবি সনন্ত তাঁতি আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীয়ে নিশা ১:০৫ বজাত নতুন দিল্লীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।...
গুৱাহাটী,২৫ নবেম্বৰঃ মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ। গৰুখুটিৰ বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব কৃষি বিপ্লৱ। গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে গীৰ গাই। ১০৮গৰাকী...
গুৱাহাটী,২৫ নবেম্বৰঃ কংগ্ৰেছ দলত মোক্ষম আঘাত। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ১১ গৰাকী বিধায়কৰ সৈতে যোগ দিছে তৃণমূল কংগ্ৰেছত। চাংমা নেতৃত্বাধীন বিধায়কসকলে ইতিমধ্যে এই সন্দৰ্ভত মেঘালয়...
গুৱাহাটী,২৪ নবেম্বৰঃ প্ৰাণৰ সংশয়ত ভুগিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা পূব দিল্লীৰ বিজপি সাংসদ গৌতম গম্ভীৰে। ২০১১ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ অন্যতম নায়ক গম্ভীৰে প্ৰাণৰ সংশয়ৰ...
গুৱাহাটী,২৪ নবেম্বৰঃ গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ এজন উপ-সঞ্চালক। ৰুক্মিণীগাঁৱত হাতে-লোটে ধৰা পৰে উপ সঞ্চালক অৰূপ জ্যোতি ভূঞা। গৰু কঢ়িওৱা বাহনৰ...
গুৱাহাটী,২৪ নবেম্বৰঃ নতুন চৰকাৰখনৰ কাৰ্যকালত দিছপুৰৰ বাহিৰত আজি দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই...
গুৱাহাটী,২৩ নবেম্বৰঃ এন এইচ পি চিৰ পৰা টকা লোৱাৰ অভিযোগ পোনচাটেই নাকচ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। উল্লেখ যে ছাত্র সন্থাৰ দুজন কৰ্মকৰ্তাৰ মোবাইল...
গুৱাহাটী,২৩ নবেম্বৰঃ জামিন মঞ্জুৰ হ’ল ছাইবুৰ ৰহমানৰ। আয়তকৈ অধিক সম্পত্তিৰ গৰাকী ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে...
গুৱাহাটী,২৩ নবেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ভিডিঅ’ কনফাৰেঞ্চযোগে মণিপুৰত ৰাণী গাইডিনলিউ জনজাতীয় স্বাধীনতা যুঁজাৰু সংগ্রহালয়ৰ ভূমিপূজন কৰে৷ ভূমিপূজন সমাপন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে ৰাণী...
গুৱাহাটী,২৩ নবেম্বৰঃ অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি পালন কৰা হয় ৷...