অসম8 months ago
দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালে নিলম্বন কৰাৰ দাবী
গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন ঘৃণাৰ ৰাজনীতিৰ পৃষ্ঠপোষক। এই অভিযোগ আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা...