উত্তৰ-পূব1 year ago
গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ
গুৱাহাটী,৪ অক্টোবৰঃ এক শোকাবহ ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মেঘালয়ত। ৰাজ্যখনৰ উমছামলেম গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ৰাজ্যখনৰ প্ৰাক্তন...