Uncategorized2 years ago
অন্ধ্ৰপ্ৰদেশত বানৰ তাণ্ডৱ : ১৭ জন লোকৰ মৃত্যু
গুৱাহাটী,২০ নবেম্বৰঃ অন্ধ্ৰপ্ৰদেশত শুকুৰবাৰে ৰায়লসীমাৰ তিনিখন জিলাত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ পাছতে এতিয়া এই অঞ্চল কেইটাত বানে চলাইছে তাণ্ডৱ। এই বানত বৰ্তমানলৈ ১৭জনকৈ লোকৰ মৃত্যু হোৱা বুলি...