উত্তৰ-পূব2 years ago
অবৈধ কৰৰ বিৰুদ্ধে সৰৱ ডিমাপুৰৰ ব্যৱসায়ী
গুৱাহাটী,১৩ ছেপ্তেম্বৰঃ নাগালেণ্ডত বৃদ্ধি পাই অহা অবৈধ কৰৰ বিৰুদ্ধে চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ জনাই ডিমাপুৰ চেম্বাৰ্ছ অৱ কমাৰ্ছ ইণ্ডাষ্ট্ৰিয়ে ১৬ ছেপ্টেম্বৰত চহৰখনৰ সকলো দোকান...