অসম2 years ago
আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিবস : অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা
গুৱাহাটী,১০ ছেপ্তেম্বৰঃ বিশ্বত প্ৰতি ৪০ চেকেণ্ডত এজন লোকে আত্মহত্যাৰ কৰে। সমগ্ৰ বিশ্বত বছৰি দহ লাখ জন লোকে আত্মহত্যা কৰে আৰু ইয়াৰে প্ৰায় ২ লাখ লোক ভাৰতৰ।...