গুৱাহাটী,২ ডিচেম্বৰঃ নিলম্বিত ডি আই জি ৰৌনক আলী হাজৰিকাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ তদাৰকী কোষে দাখিল কৰিলে চাৰ্জশ্বিট। আয়তকৈ অধিক সম্পত্তিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক...
গুৱাহাটী,২ ডিচেম্বৰ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভাগৰ বিষয়া আৰু অভিযন্তাসকলৰ সৈতে এখন বৈঠকত অংশ লৈ বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত...
গুৱাহাটী,২ ডিচেম্বৰঃ বলপূৰ্বকভাৱে ‘চান্দা’ সংগ্ৰহ কৰা তথা ধন দাবী কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত সংগঠনৰ অভাৱ নাই আৰু ইয়াৰে অধিকাংশই চান্দা সংগ্ৰহক এটা...
গুৱাহাটী,২ ডিচেম্বৰঃ সাত দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ কন্যা মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে...
গুৱাহাটী,১ ডিচেম্বৰঃ ৰাজ্য কঁপোৱা যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ...
গুৱাহাটী,৩০ নবেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে মাজুলীৰ দক্ষিণপাটত ৮.২৫ কিল’মিটাৰ দৈর্ঘ্যৰ মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। লক্ষ্ণৌৰ ‘ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকচন...
গুৱাহাটী,২৮ নবেম্বৰঃ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা। নৱম আৰু দশম শ্ৰেণীৰ ছয় মাহিলী পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ...
গুৱাহাটী,২৮ নবেম্বৰঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশন ২০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে আজি দিছপুৰত আৰম্ভ হ’বলগীয়া ২০২১ বৰ্ষৰ শীতকালীন অধিবেশনৰ খচৰা দিনপঞ্জী প্ৰস্তুত কৰিবৰ বাবে...
গুৱাহাটী,২৭ নবেম্বৰঃ সমগ্ৰ দেশৰ লগতে আজি অসমতো কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এন ই ই টি পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসকলে এই প্ৰতিবাদ...
গুৱাহাটী,২৭ নৱেম্বৰঃ চাইবাৰ ছিকিউৰিটীৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান ভাবুকিৰে মোকাবিলা কৰিব পৰাকৈ অসমতো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা কবচ শক্তিশালী কৰাৰ লগতে চাইবাৰ ছিকিউৰিটী বিশেষজ্ঞৰ দল বিকশিত কৰাৰ ভৱিষ্যদৰ্শী উদ্দেশ্যৰে ৰাজ্য...