ভাৰত2 years ago
উত্তৰাখণ্ডত অৰবিন্দ কেজৰিৱালৰ ব্যাপক প্ৰচাৰ অভিযান
গুৱাহাটী,১৯ ছেপ্তেম্বৰঃ ক্ষমতা বিস্তাৰৰ বাবে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। দেওবাৰে উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই আম আদমী পাৰ্টি ক্ষমতালৈ আহিলে ৰাজ্যখনত...