ভাৰত6 months ago
গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি আই এছ আই এছ কাশ্মীৰৰ
গুৱাহাটী,২৪ নবেম্বৰঃ প্ৰাণৰ সংশয়ত ভুগিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা পূব দিল্লীৰ বিজপি সাংসদ গৌতম গম্ভীৰে। ২০১১ বিশ্বকাপ জয় কৰা ভাৰতীয় দলটোৰ অন্যতম নায়ক গম্ভীৰে প্ৰাণৰ সংশয়ৰ...