উত্তৰ-পূব2 years ago
মিজোৰামত আত্মঘাটি বোমাৰে পত্নীক হত্যা প্ৰাক্তন স্বামীৰ
গুৱাহাটী,৬ অক্টোবৰঃ এক অবাঞ্চিত তথা নৃশংস ঘটনাই জোঁকাৰি গৈছে চুবুৰীয়া ৰাজ্য মিজোৰাম। এগৰাকী মহিলাক নিজৰ প্ৰাক্তন স্বামীয়ে আত্মঘাটি বোমাৰ সহায়ত হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।...