অসম8 months ago
দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰাটো চৰকাৰৰ লক্ষ্য
গুৱাহাটী,৬ অক্টোবৰঃ অসমৰ দুগ্ধ উৎপাদন ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াই অহা ‘পূৰবী ডেইৰী’ অৰ্থাৎ পশ্চিম অসম গাখীৰ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত ‘পূৰবী...