গুৱাহাটী7 months ago
গুৱাহাটীৰ আভিজাত্য বিদ্যালয়ত ক’ভিড সংক্ৰমণ
গুৱাহাটী,৮ নবেম্বৰঃ বন্ধ হ’ব গুৱাহাটী মহানগৰৰ অভিজাত বিদ্যালয় এন পি এছ ইণ্টাৰনেচনেল স্কুল। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এই অভিজাত বিদ্যালয়খন আইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰি বন্ধ কৰিব।...