অসম2 years ago
আলফাৰ জেষ্ঠ্য কেডাৰ হিমালয় অসম ওৰফে যোগেন মিলিৰ আত্মসমৰ্পণ
গুৱাহাটী,১৭ অক্টোবৰঃ আলফা স্বাধীনত মোক্ষম আঘাট। আলফাৰ জেষ্ঠ্য কেডাৰ হিমালয় অসম ওৰফে যোগেন মিলিৰ আত্মসমৰ্পণ। শনিবাৰে আলফা সদস্যগৰাকীয়ে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ স্বাস্থ্যজনিত কাৰণত মুলসূতিলৈ...