অসম1 year ago
UPSC ৰ ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী
গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ ইউ পি এছ চিৰ চিভিল চাৰ্ভিচৰ ২০২০ বৰ্ষৰ ঘোষিত চূড়ান্ত ফলাফলত স্থান লাভ কৰিছে অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে। ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ...