ভাৰত2 years ago
দেশৰ আঠখন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি
গুৱাহাটী,১০ অক্টোবৰঃ দেশৰ ৮ খন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। লগতে ৪খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক বদলি কৰা হৈছে। কলকাতাৰ মুখ্য ন্যায়াধীশ ৰাজেশ...