উত্তৰ-পূব2 years ago
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ দেশৰ এক তেল পাম কেন্দ্ৰলৈ পৰিণত হ’ব : কেন্দ্ৰীয় কৃষিমন্ত্রী নৰেন্দ্ৰ সিং টোমৰ
গুৱাহাটী,৫ অক্টোবৰঃ গুৱাহাটীত আজি উত্তৰ-পূবৰ ৰাজ্যসমূহত খাদ্য তেল-তেল পাম বিষয়ক ৰাষ্ট্ৰীয় অভিযান সন্দৰ্ভত বাণিজ্য সন্মিলন অনুষ্ঠিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক আৰু সন্তুলিত প্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ প্ৰতি...