অসম1 year ago
উপ নিৰ্বাচনত বিপুল ভোটত জয়ী হ’ব মিত্রজোঁটৰ প্ৰাৰ্থী
গুৱাহাটী,৬ অক্টোবৰঃ ৰাজ্যৰ ছটা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত আজি বিজেপি নেতৃত্বৰ মিত্রজোঁটে এখন সংবাদমেল সম্বোধন কৰে। গুৱাহাটীৰ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা মিত্রজোঁটৰ যৌথ সংবাদমেলত...