ভাৰত7 months ago
উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ অৰুণাচল ভ্ৰমণকলৈ চীনৰ আপত্তি
গুৱাহাটী,১৪ অক্টোবৰঃ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে শেহতীয়াকৈ কৰা অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পাছত চীনে কৰা আপত্তিক বুধবাৰে খাৰিজ কৰে ভাৰত চৰকাৰে। এই সন্দৰ্ভত ভাৰত চৰকাৰে কয়...