অসম1 year ago
জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অসুস্থ, আয়ুৰচন্দ্ৰা হাস্পতালত চিকিৎসাধীন
গুৱাহাটী,২৯ অক্টোবৰঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ বৰ্ত্তমান অসুস্থ। শাৰীৰিক অসুস্থতাৰ বাবে বৃহস্পতিবাৰে নিশা ১০.৩০ বজাত তেওঁক গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হয়। উচ্চ ৰক্তচাপজনিত সমস্যাত ভোগা...