উত্তৰ-পূব2 years ago
অসম-মেঘালয় সীমা সমস্যাৰ সমাধান হ’ব ৩১ ডিচেম্বৰৰ ভিতৰত
গুৱাহাটী,১৬ নবেম্বৰঃ অসম-মেঘালয় সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে অগ্ৰসৰ হৈছে। ৩১ ডিচেম্বৰৰ ভিতৰত এই ক্ষেত্রত এটা নিৰ্দ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব দুয়োখন ৰাজ্যৰ চৰকাৰ। আজি এখন...