অসম1 year ago
ৰাজ্যখনত নতুনকৈ ২৯৬গৰাকী লোক ক’ভিডত আক্রান্ত, মৃত্যু সাতগৰাকীৰ
গুৱাহাটী,২ নবেম্বৰঃ ৰাজ্যত ক’ভিডৰ সংক্রমণ প্রতিদিনে অব্যাহত আছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হয়। সেইদৰে ক’ভিডত আক্রান্ত হৈ ৭গৰাকী লোকৰ মৃত্যু হয়।...