অসম1 year ago
কাৰ্বি আংলংত ১২ কোটি টকাৰ হেৰ’ইনসহ দুজনক গ্ৰেপ্তাৰ
গুৱাহাটী,১৭ নবেম্বৰঃ কাৰ্বি আংলং জিলাৰ মাটিপুল অঞ্চলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। বোকাজান মহকুমা আৰক্ষী বিষয়া, বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে...