ভাৰত6 months ago
কৃষি আইন বাতিলতে সন্তুষ্ট নহয় প্ৰতিবাদকাৰী কৃষকসকল
গুৱাহাটী,২১ নবেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩খনকৈ কৃষি আইন বাতিল কৰিম কোৱা ঘোষণাতো সন্তুষ্ট নহয় প্ৰতিবাদীকৃষকসকল। নতুন চৰ্ত আৰোপেৰে কৃষকে ঘোষণা কৰিলে আন্দোলনৰ নতুন কাৰ্যসূচী। কৃষকসকলে নতুনকৈ...