গুৱাহাটী9 months ago
কৃষি বিভাগত নিযুক্তিৰ বাবে এক বিশেষ কোষ গঠন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ
গুৱাহাটী,১০ ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কৃষি সঞ্চালকালয়ত কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ন’ডেল বিষয়াসকলৰ উপস্থিতিত কৃষি, উদ্যানশস্য...