গুৱাহাটী2 years ago
মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰিলে চাৰিখন ষ্টিল কেটামাৰান জাহাজৰ
গুৱাহাটী ,৮ নবেম্বৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ফ্লেগ অফ কৰি গুৱাহাটীৰ পাণ্ডু বন্দৰত চাৰিখন ষ্টিল কেটামাৰান জাহাজৰ শুভ উদ্বোধন কৰে। এই অত্যাধুনিক জাহাজকেইখনৰ দুখন...