অসমীয়া সুৱাস থকা চিকিৎসানুষ্ঠান ৰূপে জিলিকি থাকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়সমূলৈ অহা ৰোগীক ক্ষিপ্ৰ চিকিৎসা সেৱা প্ৰদানৰ পোষকতা।
গুৱাহাটী,১৯ ছেপ্টেম্বৰঃ আলঝেইমাৰত আক্ৰান্ত ৰাজ্যৰ বয়োজ্যেষ্ঠ লোকসকলৰ সহায়ক হোৱাকৈ প্ৰস্তুত কৰা ‘সম্পৰ্ক এল্ডাৰকেয়াৰ’ (SAMPARK Eldercare) নামৰ মোবাইল এপ এটা আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ...