অসম2 years ago
বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱ চৌধুৰীৰ দেহাৱসান
গুৱাহাটী,২০ নবেম্বৰঃ ৰাজ্যৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক, লিখক,অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, গ্ৰন্থ বিক্ৰেতাৰ পিতামহ স্বৰূপ, ‘প্ৰকাশিকা’ গ্ৰন্থ বিপণীৰ স্বত্বাধিকাৰী গিৰিপদ দেৱ চৌধুৰী আৰু নাই। ক’ভিডত আক্ৰান্ত হোৱা...