গুৱাহাটী2 years ago
ছাত্রীক অশ্লীল বাৰ্তা দিয়াৰ অভিযোগত নিলম্বিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক
গুৱাহাটী,৩০ ছেপ্তেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সহকাৰী অধ্যাপকগৰাকীৰ নাম অমিত পাণ্ডে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক...