অসম7 months ago
মুখ্যমন্ত্রীয়ে এটাৰ পাছত আনটোকৈ বাৰম্বাৰ আইন উলংঘা কৰি গৈছে
গুৱাহাটী,২৭ অক্টোবৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগক ন’হলে সমষ্টিবাসী ৰাইজক ঠগালে। কাৰোবাক নহয় কাৰোবাক মুখ্যমন্ত্রীগৰাকীয়ে মিছা কথা ক’লে। এই অভিযোগ সাংসদ গৌৰৱ গগৈৰ। বুধবাৰে গুৱাহাটীৰ...