অসম2 years ago
গৰুখুটি ঘটনাক লৈ বিৰোধী দলক উচটনিমূলক কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান ৰাজ্যিক বিজেপিৰ
গুৱাহাটী,২৪ ছেপ্টেম্বৰ: ছিপাঝৰৰ গৰুখুটী ধলপুৰত উচ্ছেদস্থলীত সংঘটিত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ বিৰোধী দলসমূহক কুটিল ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। দলৰ মুখ্য মুখপাত্ৰ...