গুৱাহাটী,২১ নৱেম্বৰঃ অতি শীঘ্ৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মাইক্ৰ’ বায়’লজী, পেথ’লজী, ৰেডিঅ’লজী আদি বিভিন্ন বিভাগৰ অধীনত কৰা পৰীক্ষাৰ প্ৰতিবেদন একেদিনাই লাভ কৰিবলৈ সক্ষম হ’ব ৰোগীৰ অভিভাৱকে।...
মেডিকেল কলেজসমূহৰ অধ্যক্ষ আৰু অধীক্ষক সকলৰ সৈতে স্বাস্থ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক।