অসম2 years ago
পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধৰ দাবী পাঁচটা বাঁও-গণতান্ত্রিক দলৰ
গুৱাহাটী,২৯ ছেপ্তেম্বৰঃ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ লগতে ছিপাঝাৰৰ ধলপুৰত পুলিছে কৰা নৃশংস অত্যাচাৰ আৰু গুলীচালনাৰ ঘটনাৰ উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ ব্যৱস্থা কৰক।...