অসম1 year ago
জামিন পালে প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানে
গুৱাহাটী,২৩ নবেম্বৰঃ জামিন মঞ্জুৰ হ’ল ছাইবুৰ ৰহমানৰ। আয়তকৈ অধিক সম্পত্তিৰ গৰাকী ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে...