উত্তৰ-পূব2 years ago
নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে অধ্যাপক জগদীশ মুখীয়ে
গুৱাহাটী,১৭ ছেপ্তেম্বৰঃ অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। নাগালেণ্ড ৰাজ ভৱনৰ ড০ ইমকংলিবা আও হলত শপত লয় জগদীশ মুখীয়ে। শপত গ্ৰহণ...