গুৱাহাটী2 years ago
প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই সমৰি লৈছে অসমৰ ২৭ লাখ দুখীয়া পৰিয়ালক
গুৱাহাটী,২৫ ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা যোগ্যজনে সহজতে পোৱাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আঁচনিখনৰ কাৰ্ড যাতে হিতাধিকাৰীয়ে ঘৰৰ ওচৰতে পাব পাৰে তাৰবাবে...