ভাৰত2 years ago
জম্মু–কাশ্মীৰত লস্কৰ ই তৈবাৰ তিনি সন্ত্ৰাসবাদী নিহত
গুৱাহাটী,১৩ অক্টোবৰঃ জম্মু-কাশ্মীৰৰ পুঞ্চৰ পিছত শ্ব’পিয়াত ইমামছাহাব অঞ্চলৰ তুলৰানত আৰম্ভ হোৱা সংঘৰ্ষত নিহত হৈছে লস্কৰ ই তৈবাৰ তিনি সন্ত্ৰাসবাদী। এই তথ্য সদৰি কৰিছে জম্মু–কাশ্মীৰ আৰক্ষীয়ে। জানিব...