ভাৰত2 years ago
সন্ত্ৰাসবাদীৰে সম্পৰ্কৰ অভিযোগত জম্মু-কাশ্মীৰৰ ছয়গৰাকী চাকৰিয়ালক নিলম্বন
গুৱাহাটী,২৩ ছেপ্তেম্বৰঃ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত জম্মু-কাশ্মীৰ প্ৰশাসনৰ ছয়গৰাকী চাকৰিয়ালক বৰ্খাস্ত কৰা হৈছে। জম্মু-কাশ্মীৰ প্ৰশাসনে চাকৰিৰ পৰা নিলম্বন কৰা ছয়গৰাকী লোকৰ ভিতৰত দুগৰাকী জম্মু-কাশ্মীৰ আৰক্ষীৰ...