গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ শুকুৰবাৰে ৰাজ্যত অনুষ্ঠিত কৰিবলগীয়া ক’ভিডৰ মহা টিকাকৰণ অভিযানৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলাত এই অভিযানত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে দিনটোত ৭৫ হাজাৰ লোকক...
ৰাজ্যৰ ৮ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। কামৰূপ মহানগৰ জিলাত ৬০ হাজাৰ লোকক ভেকচিন প্ৰদানৰ বাবে ২১০ টা কেন্দ্ৰ মুকলি।
ক'ভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত এতিয়ালৈকে ২,০০,০২,৬৫৯ গৰাকী লোকক ক'ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইয়াৰে ১,৬৩,৩১,৯৮৭ গৰাকী লোকক প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী...
গুৱাহাটী,৮ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত এটা ক’ভিড টিকাকৰণ কেন্দ্র আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ আন্তঃজিলা যাতায়াত সেৱা...