গুৱাহাটী2 years ago
ফেৰী দুৰ্ঘটনাত সন্ধানহীন চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী,১৪ ছেপ্তেম্বৰঃ নিমাতীঘাটৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ’ল। ছয়দিন পাছত নামনি মাজুলীৰ ঢেকেলী চাপৰিত ব্ৰহ্মপুত্ৰৰ মাজত উদ্ধাৰ...