অসম2 years ago
ৰাজ্যজুৰি প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন
গুৱাহাটী,২৩ নবেম্বৰঃ অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি পালন কৰা হয় ৷...