অসম2 years ago
দীপ বায়নক প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি
গুৱাহাটী, ৩ নৱেম্বৰ: নিৰ্বাচনী বিপৰ্যয়ৰ পিছত ৰাজ্যজুৰি ৩৩ লাখ সদস্যভৰ্তি অভিযানেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিজৰ সাংগঠনিক বিস্তৃতিত গুৰুত্ব দিয়াৰ সমান্তৰাল ভাৱে দলীয় দায়িত্ববাহী সকলৰ ক্ষেত্ৰতো...