অসম1 year ago
ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ মাজত শাৰদীয় দুৰ্গোৎসৱ
গুৱাহাটী,১১ অক্টোবৰঃ ক’ভিড পৰিস্থিতিৰ মাজতে দশভূজা দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰাজ্যৰ সৰ্বত্র এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ। বজাৰে-সমাৰে পূজাৰ ব্যাপক ব্যস্ততা। সাজু হৈ উঠিছে...