গুৱাহাটী,২১ ছেপ্তেম্বৰঃ নগা শান্তি আলোচনা প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ উদ্দেশে আজি ডিমাপুৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা। এদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰত উপস্থিত হোৱা...
নগা শান্তি আলোচনা পুনৰ আৰম্ভ কৰা উদ্দেশ্য ভাৰত চৰকাৰৰ নতুন মধ্যস্ততাকাৰী তথা পূৰ্বৰ আই বি সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ ডিমাপুৰত উপস্থিত।