গুৱাহাটী2 years ago
নিমাতীঘাটৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা
গুৱাহাটী,১৩ ছেপ্তেম্বৰঃ যোৰহাটৰ নিমাতীঘাটৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ব্ৰক্ষ্মপুত্রৰ বুকুত মৃতদেহ আৰু নথিপত্র উদ্ধাৰ হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই আশংকা...