অসম8 months ago
সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র মীৰা বৰঠাকুৰ
গুৱাহাটী,১৭ ছেপ্তেম্বৰঃ বিজেপি চৰকাৰে ৰাজ্যখনৰ নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ...