অসম6 months ago
গৰ্ভাৱতী আৰু তিনিবছৰৰ তলৰ সন্তান থকা মহিলা কৰ্মচাৰীৰ বাবে নতুন নিৰ্দেশনা
গুৱাহাটী,১৩ নবেম্বৰঃ তিনি বছৰৰ তলৰ সন্তান থকা মহিলা কর্মচাৰী আৰু গর্ভৱতী কর্মচাৰীসকল এতিয়াৰে পৰা পুনৰ কার্যালয়লৈ যাব লাগিব। ক’ভিড মহামাৰীৰ বাবে এই কর্মচাৰীসকলক ৰেহাই দিয়াৰ নির্দেশনা...